ଅର୍ଥ : কোনো বস্তুত বা কোনো বস্তুৰ ওপৰত আন কোনো বস্তু পৰি পেলোৱা
ଉଦାହରଣ :
আঞ্জাত নিমখ ছটিয়াই দিয়া
ସମକକ୍ଷ : ছটিওৱা
ଅର୍ଥ : পানী ছটিওৱা কার্য
ଉଦାହରଣ :
ধূলি নুৰিবৰ কাৰণে মঙলীয়ে দুৱাৰৰ বাহিৰফালে পানী ছটিয়াইছে
ସମକକ୍ଷ : ছটিওৱা