ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ছটিওৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ছটিওৱা   বিশেষ্য

ଅର୍ଥ : কোনো তৰল পদার্থ ছটিওৱা কার্য

ଉଦାହରଣ : ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক

ସମକକ୍ଷ : সিঁচা

ছটিওৱা   ক্ৰিয়া

ଅର୍ଥ : কোনো বস্তু ইফালে-সিফালে পেলোৱা

ଉଦାହରଣ : চিকাৰীয়ে ভৰিৰ তলত দানা ছটিয়াইছে

ସମକକ୍ଷ : সিঁচা

ଅର୍ଥ : কোনো বস্তুত বা কোনো বস্তুৰ ওপৰত আন কোনো বস্তু পৰি পেলোৱা

ଉଦାହରଣ : আঞ্জাত নিমখ ছটিয়াই দিয়া

ସମକକ୍ଷ : ছটিয়াই দিয়া

ଅର୍ଥ : পানী আদিৰে মৰা চিটিকনি

ଉଦାହରଣ : খেতিয়কে খেতিত ঔষধ ছটিয়াইছে

ସମକକ୍ଷ : ছিটিকনি মৰা

ଅର୍ଥ : পানী ছটিওৱা কার্য

ଉଦାହରଣ : ধূলি নুৰিবৰ কাৰণে মঙলীয়ে দুৱাৰৰ বাহিৰফালে পানী ছটিয়াইছে

ସମକକ୍ଷ : ছটিয়াই দিয়া

ଅର୍ଥ : বৰষুণৰ পানীৰ দৰে ওপৰৰ পৰা বা অʼৰ তʼৰ পৰা অহৰহ অধিক মাত্রত কোনো বস্তু সৰি পৰা

ଉଦାହରଣ : ছাবিশ জানুৱাৰীৰ দিনা হেলিকপ্তাৰে ফুল ছটিয়ালে

ସମକକ୍ଷ : বর্ষণ ্কৰা

ଅର୍ଥ : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা

ଉଦାହରଣ : খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে

ସମକକ୍ଷ : গুটি ছটিওৱা, গুটি সিঁচা, সিঁচা