ଅର୍ଥ : বেয়া ব্যৱহাৰ কৰোতা বা যাৰ কোনো বেয়া স্বভাৱ আছে
ଉଦାହରଣ :
তুমি ্তেওঁৰ লগ এৰি দিয়া, কিয়নো তেওঁ চৰিত্রহীন লোক
ସମକକ୍ଷ : কু-চৰিত্র, কুচৰিত্র, বেয়া-চৰিত্র
ଅର୍ଥ : যিজন বেয়া বা নিন্দনীয় চৰিত্রৰ
ଉଦାହରଣ :
চৰিত্রহীন ব্যক্তি সমাজৰ অভিশাপ স্বৰূপ
ସମକକ୍ଷ : দুশ্চৰিত্র, দুৰাচাৰী, ভ্রষ্টাচাৰী