ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চৰিত্র ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চৰিত্র   বিশেষ্য

ଅର୍ଥ : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস

ଉଦାହରଣ :

ସମକକ୍ଷ : অভ্যাস, আত্মভাব, গুণ, ধর্ম, ধাত, প্রকৃতি, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ, স্বৰূপ

ଅର୍ଥ : কাহিনী, উপন্যাস আদিত থকা সেই ব্যক্তি যাৰ কথাবস্তুত কোনো স্থান আছে

ଉଦାହରଣ : নাটকৰ সকলো চৰিত্রই জীৱন্ত অভিনয় কৰিলে

ସମକକ୍ଷ : পাত্র

ଅର୍ଥ : যাৰ দ্বাৰা জীৱনত কৰা কামৰ বা আচৰণৰ স্বৰূপৰ ওপৰত ভিত্তি কৰি কাৰোবাৰ যোগ্যতা, মনুষ্যত্ব আদি সূচোৱা হয়

ଉଦାହରଣ : চৰিত্রই মানুহৰ যোগ্যতা নিৰূপণ কৰে

ଅର୍ଥ : নাৰীৰ আব-হাৱা

ଉଦାହରଣ : তেওঁ নি্র্মল গুণৰ অধিকাৰিণী

ସମକକ୍ଷ : গুণৰ অধিকাৰিণী, চাল-চলন, চালচলন

ଅର୍ଥ : বস্তু বা ব্যক্তিৰ নিজস্ব গুণ বা ধর্ম

ଉଦାହରଣ : তেওঁ ্ লাজুক স্বভাৱৰ

ସମକକ୍ଷ : প্রকৃতি, মেজাজ, স্বভাৱ, স্বৰূপ

ଅର୍ଥ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ

ଉଦାହରଣ : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে

ସମକକ୍ଷ : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চাল-চলন, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র