ଅର୍ଥ : কাহিনী, উপন্যাস আদিত থকা সেই ব্যক্তি যাৰ কথাবস্তুত কোনো স্থান আছে
ଉଦାହରଣ :
নাটকৰ সকলো চৰিত্রই জীৱন্ত অভিনয় কৰিলে
ସମକକ୍ଷ : পাত্র
ଅର୍ଥ : যাৰ দ্বাৰা জীৱনত কৰা কামৰ বা আচৰণৰ স্বৰূপৰ ওপৰত ভিত্তি কৰি কাৰোবাৰ যোগ্যতা, মনুষ্যত্ব আদি সূচোৱা হয়
ଉଦାହରଣ :
চৰিত্রই মানুহৰ যোগ্যতা নিৰূপণ কৰে
ଅର୍ଥ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ
ଉଦାହରଣ :
সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে
ସମକକ୍ଷ : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চাল-চলন, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র