ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : নিজৰ ভাৱত বিভোৰ হৈ থকা অথবা সংকোচ, দোষ আদিৰ কাৰণে আনৰ সন্মুখত মূৰ তুলি চাব বা কথা কʼব নোৱাৰা এক অৱস্থা
ଉଦାହରଣ : লাজৰ কোবতে তেওঁ একো কʼব নোৱাৰিলে
ସମକକ୍ଷ : লাজ, সংকোচ
ଅର୍ଥ : সকলোতকৈ আগত বা ওপৰৰ
ଉଦାହରଣ : তেওঁ এই ্কোম্পানীটোৰ শী্র্ষ পদত অধিষ্ঠিত হৈ আছে
ସମକକ୍ଷ : চূড়ান্ত, শী্র্ষ
ଅର୍ଥ : শেষ সীমা পোৱা
ଉଦାହରଣ : পূর্ণিমাৰ ৰাতি চন্দ্রই নিজৰ চৰম স্থিতিত থাকে
ସମକକ୍ଷ : অন্তিম, শেষ
ଅର୍ଥ : যি সকলোৰে পিছত হয়
ଉଦାହରଣ : গাঁৱৰ শেষ সীমাত এটা মন্দিৰ আছে
ସମକକ୍ଷ : অন্ত, অন্তিম, অন্ত্য, শেষ
ଅର୍ଥ : যাৰ আগত বা অধিক আন কোনো নাই
ଉଦାହରଣ : সাধুবাবাই যোগৰ চৰম অৱস্থাত উপনীত হৈছে
ସମକକ୍ଷ : চূড়ান্ত, পৰম
ସଂସ୍ଥାପନ କରନ୍ତୁ