ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : নতুন নতুন ফেশ্বনৰ প্রতি আসক্ত ব্যক্তি
ଉଦାହରଣ : মহেন্দ্র বৰ চৌখিন
ସମକକ୍ଷ : ফেশ্বনেবুল, বিলাসপ্রিয়, বিলাসবহুল
ଅର୍ଥ : যাৰ কোনো কথাত চখ থাকে
ଉଦାହରଣ : মোৰ দেউতা এজন চৌখিন চিত্রকাৰ
ଅର୍ଥ : সুখভোগত লাগি থকাজন
ଉଦାହରଣ : বিলাসী ৰজাৰ ৰাজ্য বেছি দিনলৈ তিষ্ঠি নাথাকিল
ସମକକ୍ଷ : পৰিভোগী, বিলাসী
ସଂସ୍ଥାପନ କରନ୍ତୁ