ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চোৱা   ক্ৰিয়া

ଅର୍ଥ : কোনো ব্যক্তি বা পদার্থ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ আদিৰ জ্ঞান লাভ কৰা

ଉଦାହରଣ : শ্যামে তধা লাগি মহাত্মা গান্ধীৰ ফটোখন চাই আছিল

ସମକକ୍ଷ : চাই থকা

ଅର୍ଥ : নিৰীক্ষণ কৰা

ଉଦାହରଣ : মই এই যন্ত্রটোৰ কার্য্প্র্্ণালী চালোঁ

ସମକକ୍ଷ : দেখা

ଅର୍ଥ : কোনো বস্তু ইফাল-সিফাল বা নষ্ট নহʼবলৈ তাৰ ওপৰত ধ্যান ৰখা

ଉଦାହରଣ : চৌকাটোত উঠাই দিয়া গাখীৰখিনি চোৱা, পৰি নাযায় যাতে

ସମକକ୍ଷ : ধ্যান দিয়া

ଅର୍ଥ : কোনো বস্তু আদিৰ বিষয়ে নিশ্চিত হোৱা

ଉଦାହରଣ : মই ৰাতিপুৱা ওলোৱাৰ আগতে কোঠাৰ দর্জা-খিৰিকি বন্ধ কৰিলো নে নাই চাই লওঁ

ଅର୍ଥ : কোনো বস্তু আদিৰ বিষয়ে খবৰ কৰা

ଉଦାହରଣ : চোৱাচোন ৰেলখন সঠিক সময়ত চলি আছে নে নাই

ଅର୍ଥ : দৃষ্টি নিক্ষেপ কৰা

ଉଦାହରଣ : দেখিলে আপুনি, আজিকালিৰ লʼৰা-ছোৱালীৰ ব্যৱহাৰ কেনে

ସମକକ୍ଷ : দেখা