ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : চুঁহি বা চুপি খোৱা কার্য
ଉଦାହରଣ : চোপনিৰ পিছত ৰামুৱে আমৰ গুটিটো দলিয়ায় দিলে
ସମକକ୍ଷ : চোপনি
ଅର୍ଥ : কোনো বস্তু মুখত লৈ বা মুখেৰ চেপি তাৰ ৰস খোৱা কার্য
ଉଦାହରଣ : ৰামে আম চুহি আছে
ସମକକ୍ଷ : চোপা, চোষণ কৰা, শোহা
ସଂସ୍ଥାପନ କରନ୍ତୁ