ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বহুত কথা কʼব পৰাজন
ଉଦାହରଣ : প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
ସମକକ୍ଷ : অতিভাষী, কথকী, কথামাত্রসাৰ, বহুবল্কী, বাকপটু, বাকসর্বস্ব, বৰকথকী, বৰকথীয়া, মুখসর্বস্ব
ଅର୍ଥ : পাগলৰ নিচিনাকৈ অনর্থক ্ কথা কওঁ্তা ্ বা প্রলাপ বকোঁতা
ଉଦାହରଣ : তেওঁৰ ্ কথাত নধৰিবা, তেওঁ এজন চেলেপু লোক
ସମକକ୍ଷ : অতিবক্তা, অতিভাষী, কথা-চহকী, চালপেনীয়া, চেলবেলীয়া, বহুবল্কী
ସଂସ୍ଥାପନ କରନ୍ତୁ