ଅର୍ଥ : গধুৰ বস্তুৰ তলত অহা
ଉଦାହରଣ :
শিলে লʼৰাটোৰ হাতখন চেপিলে
ଅର୍ଥ : ৰসাল বস্তু হেঁ্চা দি ্ তাৰ ৰস উলিওৱা কার্য
ଉଦାହରଣ :
মায়ে আমৰ ৰস তৈয়াৰ কৰিবলৈ পকা আমবোৰ চেপিছে
ଅର୍ଥ : কোনো তল আদিৰে হেঁচি তলৰ ফাললৈ ঠেলি পঠিওৱা কাৰ্য
ଉଦାହରଣ :
ৰাস্তা বনোৱাৰ সময়ত মাটি, শিল আদিক ৰোলাৰৰ সহায়ত চেপা হয়
ସମକକ୍ଷ : চেপি ধৰা
ଅର୍ଥ : গাড়ী আদিৰ তলত পৰি মৰি যোৱা
ଉଦାହରଣ :
কুকুৰটোক ৰেলগাড়ীয়ে চেপিলে
ଅର୍ଥ : ভিজি থকা কোনো বস্তু পকাই বা হেঁ্চা দি ্ তাৰ পৰা তৰল পদার্থখিনি বাহিৰ কৰি দিয়া কার্য
ଉଦାହରଣ :
তেওঁ ্ চাদৰখন চেপিছে
ସମକକ୍ଷ : আটি দিয়া