ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি
ଉଦାହରଣ : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু
ସମକକ୍ଷ : আত্মা, জান, জিন্দেগি, জীউ, জীৱ, জীৱন, প্রাণ, পৰাণ
ଅର୍ଥ : জীয়াই থকা অৱস্থা
ଉଦାହରଣ : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে
ସମକକ୍ଷ : জান, জিন্দেগি, জীউ, জীৱ, জীৱন, ধাতু, প্রাণ, পৰাণ
ଅର୍ଥ : জ্ঞান আৰু বুদ্ধি
ଉଦାହରଣ : ক্রোধ, উত্তেজনাবশতঃ আমি প্রায়েই আমাৰ চেতনা হেৰুৱাই পেলাওঁ
ସମକକ୍ଷ : বিচাৰ-বুদ্ধি, সংজ্ঞা
ଅର୍ଥ : বোধ ওপজা বৃত্তি বা শক্তি
ଉଦାହରଣ : চেতনাই জীয়াই থকাৰ লক্ষণ
ସମକକ୍ଷ : গমগতি, চম্বিত, জ্ঞান, সংবেদন, সংবেদনা, সম্বিৎ, হুঁচ, হুঁছ, ্সংজ্ঞা
ସଂସ୍ଥାପନ କରନ୍ତୁ