ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যʼত প্রাণ আছে বা যি প্রাণী মৰা নাই
ଉଦାହରଣ : জীৱিত লোকৰ বিষয়ে জীৱনীপুথি লিখা এক ধৰণৰ সাহসৰ কাম
ସମକକ୍ଷ : জীৱিত, প্রাণৱান
ଅର୍ଥ : যʼত চেতনা আছে
ଉଦାହରଣ : মানুহে মৃত বুলি ভবা ব্যক্তিজনক ডাক্তৰে চাই চেতন আছে বুলি কʼলে
ସମକକ୍ଷ : চেতনযুক্ত, চেতনাযুক্ত, জীয়া, জীৱন্ত, জীৱিত, সংজ্ঞাযুক্ত, সজ্ঞান
ଅର୍ଥ : জীয়াই থকাজন বা যাৰ প্রাণ আছে
ଉଦାହରଣ : জীৱিত প্রাণীৰ বংশবৃদ্ধি হয়
ସମକକ୍ଷ : চেতনা থকা, জিন্দা, জীয়ন্তা, জীয়া, জীৱধাৰী, জীৱন্ত, জীৱিত, প্রাণ থকা, প্রাণৱন্ত, সচেতন, সজীৱ
ସଂସ୍ଥାପନ କରନ୍ତୁ