ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চেক ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চেক   বিশেষ্য

ଅର୍ଥ : যি কাপোৰত চাৰিচুকীয়া বর্গাকৃতিৰ ঘৰ থাকে

ଉଦାହରଣ : ৰমেশে চেক থকা কাপোৰৰ এটা কুর্তা চিলালে

ଅର୍ଥ : মধ্য ইউৰোপৰ এখন দেশ

ଉଦାହରଣ : চেকৰ ৰাজধানী প্রাগ

ସମକକ୍ଷ : চেক গণৰাজ্য

ଅର୍ଥ : চেক দেশৰ অধিবাসী

ଉଦାହରଣ : সেই চেকবাসীজনে হিন্দীও সলসলীয়াকৈ কʼব পাৰে

ସମକକ୍ଷ : চেকবাসী

ଅର୍ଥ : কোনো ঠাইত থকা বা লগা চিন:কেবাবাৰ ধোৱাৰ পিচতো এই কাপোৰখনত লগা দাগটো নগʼল

ଉଦାହରଣ :

ସମକକ୍ଷ : চেকা, দাগ, দাগী, ধাব্বা, নিচান

ଅର୍ଥ : কোনো ব্যক্তিৰ হকে বেংকৰ নামত লিখা বিশেষ ধৰণৰ কাগজ যʼত কোনো ব্যক্তি বা প্রতিষ্ঠানৰ প্রতি দিয়া ধনৰ নির্দেশ ্থাকে

ଉଦାହରଣ : সীমাই চেকখন ভাঙিবৰ কাৰণে বেংকলৈ গৈছে

ସମକକ୍ଷ : ধনাদেশ

ଅର୍ଥ : দবাখেলত কোনো মোহৰা এনে ঠাইত ৰখা কাৰ্য যʼৰ পৰা ৰজাক প্রত্যাহ্বান জনোৱা হয়

ଉଦାହରଣ : মই আপোনাৰ বাদশ্বাহক চেক দিছোঁ

ସମକକ୍ଷ : কিস্তিমাত

ଅର୍ଥ : চেকবাসীয়ে কোৱা ভাষা

ଉଦାହରଣ : মঞ্জৰীৰ চেকভাষা শিকিবলৈ বৰ মন আছে

ସମକକ୍ଷ : চেকভাষা

চেক   বিশেষণ

ଅର୍ଥ : চেক ভাষাৰ বা চেক ভাষাৰ সৈতে সম্বন্ধ থকা

ଉଦାହରଣ : দূতাবাসত চেকভাষাৰ কিতাপৰ প্রদর্শনী হৈ আছে

ସମକକ୍ଷ : চেকভাষা

ଅର୍ଥ : চেক গণৰাজ্যৰ বা চেক দেশৰ সৈতে সম্বন্ধ

ଉଦାହରଣ : চেক বিশেষজ্ঞৰ সহায়েৰে পাকিস্তানে নিজৰ দেশত ইউৰেনিয়ামৰ অনুসন্ধান কৰিছিল