ଅର୍ଥ : যি কাপোৰত চাৰিচুকীয়া বর্গাকৃতিৰ ঘৰ থাকে
ଉଦାହରଣ :
ৰমেশে চেক থকা কাপোৰৰ এটা কুর্তা চিলালে
ଅର୍ଥ : কোনো ব্যক্তিৰ হকে বেংকৰ নামত লিখা বিশেষ ধৰণৰ কাগজ যʼত কোনো ব্যক্তি বা প্রতিষ্ঠানৰ প্রতি দিয়া ধনৰ নির্দেশ ্থাকে
ଉଦାହରଣ :
সীমাই চেকখন ভাঙিবৰ কাৰণে বেংকলৈ গৈছে
ସମକକ୍ଷ : ধনাদেশ
ଅର୍ଥ : দবাখেলত কোনো মোহৰা এনে ঠাইত ৰখা কাৰ্য যʼৰ পৰা ৰজাক প্রত্যাহ্বান জনোৱা হয়
ଉଦାହରଣ :
মই আপোনাৰ বাদশ্বাহক চেক দিছোঁ
ସମକକ୍ଷ : কিস্তিমাত