ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চুপি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চুপি   বিশেষ্য

ଅର୍ଥ : তৰল পদার্থ ্ভৰাবৰ কাৰণে কোনো জোঙা পাত্রৰ মুখত সুমুৱাই লোৱা উপকৰণ বিশেষ

ଉଦାହରଣ : তেল যাতে তলত নপৰে তাৰ কাৰণে পাত্রটোৰ মুখত চুপি লগোৱা হʼল

ଅର୍ଥ : ধাতু, প্লাষ্টিক আদিৰে তৈয়াৰ কৰা শঙ্কু আকৃতিৰ এবিধ বস্তু যাৰ জোঙা অংশত এটা সৰু নলী থাকে

ଉଦାହରଣ : দোকানীজনে চুপিটোৰে বটলত তেল ভৰাই আছে