ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : গোল-দীঘলীয়া ফোঁপোলা বস্তু
ଉଦାହରଣ : তেওঁ ্ পাইপেৰে নাৰিকলৰ পানী খাই আছে
ସମକକ୍ଷ : চুঙী, নল, নলা, নলিচা, নলী, পাইপ
ଅର୍ଥ : জুই ফুকিবলৈ ব্যৱহাৰ কৰা বাঁহ, লোহা আদিৰ নলী
ଉଦାହରଣ : চুঙাৰে ফুকি ফুকি চৌকাৰ জুইকুৰা জ্বলাই আছে
ସମକକ୍ଷ : চুঙি, জুই ফুকা চুঙা
ଅର୍ଥ : নলৰ আকাৰৰ কোনো বস্তু
ଉଦାହରଣ : জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়
ସମକକ୍ଷ : নলিচা
ସଂସ୍ଥାପନ କରନ୍ତୁ