ଅର୍ଥ : এঠাইৰ পৰা আন এঠাইলৈ, বিশেষকৈ তলৰ পৰা ওপৰলৈ বা ওপৰৰ পৰা তললৈ যাবলৈ স্তৰ থকা পথ
ଉଦାହରଣ :
চোৰে চাদত উঠিবলৈ বাঁহৰ খটখটিৰ প্রয়োগ কৰিছিল
ସମକକ୍ଷ : খটখটি
ଅର୍ଥ : তাচৰ চাৰিটা প্ৰকাৰৰ মাজত এক ধৰণৰ বিশেষ ভাগ যʼত একেলগে কʼলা ৰঙৰ তিনিটা পাত লগ লাগি থাকে
ଉଦାହରଣ :
তেওঁ চিৰিতনৰ চাল খেলিছে
ସମକକ୍ଷ : চিৰিতন
ଅର୍ଥ : এখনৰ পিছত সিখন ভৰি দি ওখ স্থানত উঠা-নমা কৰিবলৈ কৰা এক ব্যৱস্থা
ଉଦାହରଣ :
পকী ঘৰৰ চাদৰ ওপৰত উঠিবলৈ খট-খটি বনোৱা হয়
ସମକକ୍ଷ : খট-খটি