ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চিলাই কৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চিলাই কৰা   ক্ৰিয়া

ଅର୍ଥ : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া

ଉଦାହରଣ : লতাই কুর্তাটোত বুটাম লগাই আছে

ସମକକ୍ଷ : জোৰা লগোৱা, লগোৱা, সীওৱা, সীৱন কৰা

ଅର୍ଥ : কোনো বস্ত্ৰৰ বাহিৰৰ অংশ হাত দি চিলাই কৰা

ଉଦାହରଣ : নেহাই ব্লাউজৰ গলা চিলাই কৰিছে

ଅର୍ଥ : কাৰোবাক চিলাই কার্যত প্রবৃত্ত কৰা

ଉଦାହରଣ : দর্জীয়ে কাপোৰ চিলাই কৰে

ଅର୍ଥ : কাপোৰৰ টুকুৰাক সুতা আদিৰ সহায়ত জোৰা লগোৱা কার্য

ଉଦାହରଣ : দর্জীয়ে চোলা চিলাই আছে

ସମକକ୍ଷ : চিলোৱা, সীওৱা, সীয়ন কৰা