ଅର୍ଥ : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া
ଉଦାହରଣ :
লতাই কুর্তাটোত বুটাম লগাই আছে
ସମକକ୍ଷ : জোৰা লগোৱা, লগোৱা, সীওৱা, সীৱন কৰা
ଅର୍ଥ : কোনো বস্ত্ৰৰ বাহিৰৰ অংশ হাত দি চিলাই কৰা
ଉଦାହରଣ :
নেহাই ব্লাউজৰ গলা চিলাই কৰিছে
ଅର୍ଥ : কাৰোবাক চিলাই কার্যত প্রবৃত্ত কৰা
ଉଦାହରଣ :
দর্জীয়ে কাপোৰ চিলাই কৰে