ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চিন্তা কৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চিন্তা কৰা   ক্ৰিয়া

ଅର୍ଥ : কোনো বিষয়ত মনেৰে বিচাৰ কৰা বা মগজুৰ খটুৱা কার্য

ଉଦାହରଣ : এই প্রশ্নটো সমাধান কৰিবলৈ মই বহুত চিন্তা কৰিলো, কিন্তু কৃতকার্য নহʼলো তেওঁ দিনটো বহি বহি কি ভাবি থাকে গম নাপাওঁ

ସମକକ୍ଷ : ভবা, ভাবি থকা

ଅର୍ଥ : কোনো বিষয় বা কার্যৰ সিদ্ধি সম্বন্ধে মনত বাৰে-বাৰে বিচাৰ কৰা

ଉଦାହରଣ : সকলো ভাল হʼব আপুনি কিয় চিন্তা কৰি আছে

ସମକକ୍ଷ : ভাবি থকা