ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কাগজ বা কাপোৰ আদিত তোলা বা অঁ্কা ফুল আদিৰে যুক্ত
ଉଦାହରଣ : গম্বুজটোৰ উপৰিভাগত সুন্দৰভাৱে চিত্রিত কৰা
ଅର୍ଥ : কোনো চিত্রত ্আঁচ ্টনা
ଉଦାହରଣ : দেৱালত পশু-পক্ষী চিত্রিত কৰা আছে
ଅର୍ଥ : যাৰ বর্ণ্না কৰা হৈছে
ଉଦାହରଣ : ৰামায়ণত ভগৱান ৰামৰ চৰিত্র বিশেষভাৱে বর্ণিত আছে
ସମକକ୍ଷ : নিৰূপিত, বর্ণিত
ଅର୍ଥ : যʼত চিহ্ন বা নিচান আছে
ଉଦାହରଣ : এই মুদ্রাটোৰ ওপৰত গান্ধীজীৰ প্রতিচ্ছবি অংকিত কৰা হৈছে
ସମକକ୍ଷ : অংকিত, চিহ্নিত
ସଂସ୍ଥାପନ କରନ୍ତୁ