ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কাৰোবালৈ খবৰ-বাতৰি জনাই লিখা বা বিৱৰণ আদি লিখা কাগজ
ଉଦାହରଣ : বন্দনাই নিজৰ প্রবাসী ভায়েকলৈ নিয়মীয়াকৈ চিঠি লিখে মন্ত্রীয়ে ৰাজদৰবাৰত দূতে অনা পত্র পঢ়িবলৈ ধৰিলে
ସମକକ୍ଷ : খত, চিঠি, পত্র, পত্রিকা
ଅର୍ଥ : কাৰোবাক চিঠি লিখি ভাৱৰ আদান-প্রদান কৰা
ଉଦାହରଣ : ই-মেইল আৰু টেলিফোনৰ সুবিধাৰ কাৰণে আজিকালি চিঠি-পত্রৰ ব্যৱহাৰ কমি আহিল
ସମକକ୍ଷ : পত্রাৱলী
ସଂସ୍ଥାପନ କରନ୍ତୁ