ଅର୍ଥ : বুঢ়া আঙুলি আৰু ্ তর্জনী আঙুলিৰে কাৰোবাৰ শৰীৰৰ ছালত ধৰি ্ হেঁচি দিয়া
ଉଦାହରଣ :
তেওঁ ্ মোক চিকুটি দিছে
ସମକକ୍ଷ : চিকোটা
ଅର୍ଥ : বুঢ়া আঙুলি আৰু ্ তর্জনী আঙুলিৰে কাৰোবাৰ দেহৰ ছালত ধৰি দুখ পোৱাকৈ চেপি দিয়া কার্য
ଉଦାହରଣ :
তেওঁ ্ মোক জোৰকৈ চিকুটিলে
ସମକକ୍ଷ : চিকুটা