ଅର୍ଥ : ৰোগ নিৰাময় কৰা প্রক্রিয়া
ଉଦାହରଣ :
গাঁৱৰ ৰোগীসকলে চিকিৎসাৰ কাৰণে চহৰলৈ যাবলগীয়া হয়
ସମକକ୍ଷ : প্রতিকাৰ
ଅର୍ଥ : যাৰ (ৰোগ) আৰোগ্য হোৱাটো সম্ভৱ
ଉଦାହରଣ :
বৈজ্ঞানিকসকলে বর্ত্্মানসকলো ৰোগৰে চিকিৎসা সম্ভৱ কৰি তোলাৰ প্রয়াস চলাই আছে
ସମକକ୍ଷ : আৰোগ্যসাধ্য, চিকিৎসনীয়, চিকিৎসাসাধ্য