ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : চিকাৰ কৰা ব্যক্তি
ଉଦାହରଣ : চিকাৰ নোপোৱাৰ কাৰণে চিকাৰী আজি সুদা হাতে উলটিল
ସମକକ୍ଷ : ব্যাধ
ଅର୍ଥ : চিকাৰৰ সৈতে জড়িত বা চিকাৰত কামত অহা
ଉଦାହରଣ : তেওঁ চিকাৰী কুকুৰটো শহাটোৰ পিছত লগাই দিলে
ଅର୍ଥ : চিকাৰ কৰোঁতা
ଉଦାହରଣ : ঈগল এবিধ চিকাৰী চৰাই
ସଂସ୍ଥାପନ କରନ୍ତୁ