ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চাৰিগুণ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চাৰিগুণ   বিশেষ্য

ଅର୍ଥ : কোনো বস্তু আদিৰ যিমান পৰিমাণ আছে তাতকৈ আৰু তিনিগুণ অধিক পৰিমাণৰ এক পৰিমাপ

ଉଦାହରଣ : চাৰিৰ চাৰিগুণ ষোল্ল

ସମକକ୍ଷ : চাৰি গুণ, চাৰি-গুণ

চাৰিগুণ   ক্ৰিয়া বিশেষণ

ଅର୍ଥ : তিনিগুণতকৈ এগুণ বেছি

ଉଦାହରଣ : তেওঁ ্মোৰ চাৰিগুণ খায়

চাৰিগুণ   বিশেষণ

ଅର୍ଥ : যিমান আছে তাতকৈ তিনিগুণ বেছি

ଉଦାହରଣ : আপুনি যিমান খায়, মই তাৰ চাৰিগুণ খাব পাৰিম

ସମକକ୍ଷ : চাৰি গুণ