ଅର୍ଥ : উতলা পানীত দি পেয় পদার্থ ্ প্রস্তুত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পাতৰ এবিধ গছ
ଉଦାହରଣ :
অসমত চাহৰ ডাঙৰ-ডাঙৰ বাগান আছে
ସମକକ୍ଷ : চাহ গছ, চাহপাত, চাহপাতৰ গছ
ଅର୍ଥ : উতলা পানীত চাহপাত, চেনি, গাখীৰ আদি মিহলাই প্রস্তুত কৰা পেয় পদার্থ
ଉଦାହରଣ :
মধুমেহ ৰোগীয়ে বিনা চেনিৰ চাহ খায়
ଅର୍ଥ : চাহ গছৰ শুকান পাত যাক উতলা পানীত দি একপ্রকাৰৰ পানীয় প্রস্তুত কৰা হয়
ଉଦାହରଣ :
তেওঁ ্দোকানৰ পৰা এক কিলো চাহপাত কিনিলে
ସମକକ୍ଷ : চাহপাত