ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিটো প্রচলন হৈ আছে
ଉଦାହରଣ : এই ৰীতিটো আজিও আমাৰ সমাজত প্রচলিত হৈ আছে
ସମକକ୍ଷ : চলতি, প্রচলিত
ଅର୍ଥ : যাৰ গতি আছে বা যি চলিব পাৰে
ଉଦାହରଣ : যন্ত্র গতিশীল অৱস্থাত আছে
ସମକକ୍ଷ : অস্থবিৰ, গতিপূর্ণ, গতিমান, গতিশীল, গমনশীল, গমনৰত, চলনশীল, চলমান, চলিষ্ণু, চৰিষ্ণু, জঙ্গম, সঞ্চৰণমান, সঞ্চৰণশীল
ଅର୍ଥ : যি চলি আছে
ଉଦାହରଣ : তেওঁৰ ্ সন্ধান এতিয়াও চলি আছে
ସମକକ୍ଷ : চলি থকা-, চলিত, প্রচলিত
ସଂସ୍ଥାପନ କରନ୍ତୁ