ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চালি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চালি   বিশেষ্য

ଅର୍ଥ : কোনো বিশেষ উপলক্ষত বাঁহ, কাঠ, কাপোৰ, ৰচী আদিৰে ঘেৰি সজা স্থান বিশেষ

ଉଦାହରଣ : এইখন বিয়াৰ ৰভা

ସମକକ୍ଷ : চামিয়ানা, পেণ্ডেল, বিতান, মণ্ডপ, ৰভা, ৰভা-পৰলা

ଅର୍ଥ : খেৰজাতীয় বস্তুৰে ঘৰৰ ওপৰ অংশত দিয়া আচ্ছাদন!

ଉଦାହରଣ : বৰষুণত ঘৰৰ চালৰ পৰা পানী পৰিবলৈ ধৰিলে

ସମକକ୍ଷ : চাল

ଅର୍ଥ : গাখীৰ বা দৈ-ৰ ওপৰত গোটখোৱা ডাঠ চামনি

ଉଦାହରଣ : গৰম গাখীৰৰ ওপৰত ডাঠ সৰ পৰিছে

ସମକକ୍ଷ : সৰ