ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চাল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চাল   বিশেষ্য

ଅର୍ଥ : সফলতা লাভ কৰিবৰ কাৰণে চতুৰতাৰে লগোৱা যুক্তি

ଉଦାହରଣ : তেওঁ ্কৌশল কৰি অধ্যক্ষৰ পদটো হস্তগত কৰিলে

ସମକକ୍ଷ : অভিপ্রায়, কূট, কূটকৌশল, কৌশল, ফন্দ, ফন্দি, মতলব

ଅର୍ଥ : কুস্তিত বিপক্ষক হৰোৱাবৰ বাবে কামত লগোৱা বুদ্ধি

ଉଦାହରଣ : তেওঁ একেটা চালতে শকত মল্লযোদ্ধাজনক চিৎ কৰি দিলে

ସମକକ୍ଷ : কৌশল

ଅର୍ଥ : খেৰজাতীয় বস্তুৰে ঘৰৰ ওপৰ অংশত দিয়া আচ্ছাদন!

ଉଦାହରଣ : বৰষুণত ঘৰৰ চালৰ পৰা পানী পৰিবলৈ ধৰিলে

ସମକକ୍ଷ : চালি

ଅର୍ଥ : দবা, তাচ আদি খেলত পাত বা গুটি বাজি মাৰিবলৈ আগবঢ়োৱা কার্য

ଉଦାହରଣ : চাল খেলাৰ এইবাৰ আপোনাৰ পাল

ସମକକ୍ଷ : বাজি