ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : গাড়ী অথবা কল-কাৰখানা আদিত লগোৱা চক্র বিশেষ যাক ধুৰাত লগাই ঘূৰালে গাড়ী বা কল-কাৰখানা চলোৱা হয়
ଉଦାହରଣ : এই গাড়ীখনৰ আগ চকাটো বেয়া হৈ গʼল
ସମକକ୍ଷ : চকা
ଅର୍ଥ : মৌমাখি আদিৰ ঘৰ
ଉଦାହରଣ : এইজোপা গছত মৌমাখিয়ে চাক সাজিছে
ସମକକ୍ଷ : মৌচাক
ଅର୍ଥ : খুটিৰ ওপৰত ঘূৰি থকা যি চক্রত কুমাৰে বাচন তৈয়াৰ কৰে
ଉଦାହରଣ : কুমাৰে বাচন বনাবৰ বাবে চাকখন ঘূৰালে
ସଂସ୍ଥାପନ କରନ୍ତୁ