ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চাউল উকলা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চাউল উকলা   ক্ৰিয়া

ଅର୍ଥ : মৃত্যু হোৱা বা শৰীৰৰ পৰা প্রাণবায়ু ওলোৱা কার্য

ଉଦାହରଣ : দুর্ঘ্্টনাগ্রস্ত মানুহজন আজি পুৱাই মৰি থাকিল

ସମକକ୍ଷ : অনন্তধামলৈ গতি কৰা, আয়ু বেলি মাৰ যোৱা, ইহলীলা সম্বৰণ কৰা, কাল হোৱা, চকু মুদা, জীৱ বাজ হোৱা, জীৱ যোৱা, জীৱন বন্তি নুমাই যোৱা, ঢুকোৱা, দেহা পেলোৱা, দেহান্তৰ ঘটা, ধাতু বাজ হোৱা, পাৰ হোৱা, প্রাণ যোৱা, পৰপাৰলৈ গতি কৰা, পৰপাৰলৈ গমন কৰা, পৰলোকগামী হোৱা, বৈকুণ্ঠগামী হোৱা, মুক্তি লাভ কৰা, মৃত্যু হোৱা, মোক্ষ লাভ কৰা, মৰা, শেষ নিশ্বাস ত্যাগ কৰা, শেষ নিশ্বাস লোৱা, সিপাৰ হোৱা, সিফলীয়া হোৱা, স্বর্গগ্ামী হোৱা, স্বর্গী হোৱা, সৰকা, হাড় পেলোৱা