ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : মানুহে অলৌকিক আৰু অমানৱীয় বুলি বিবেচনা কৰা এক ধৰণৰ আশ্চর্যজনক ্কাম
ଉଦାହରଣ : চন্দ্রকান্তাৰ কাহিনী মায়া-জালেৰে ভৰি আছে
ସମକକ୍ଷ : ইন্দ্র-জাল, ইন্দ্রজাল, মায়া জাল, মায়া-জাল, যাদু
ଅର୍ଥ : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়
ଉଦାହରଣ : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে
ସମକକ୍ଷ : অদ্ভুত কাম, অবাক, আচৰিত, আশ্চর্য, চমক, তবধ, বিস্ময়
ସଂସ୍ଥାପନ କରନ୍ତୁ