ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চম্ভালা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চম্ভালা   ক্ৰিয়া

ଅର୍ଥ : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা

ଉଦାହରଣ : মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে

ସମକକ୍ଷ : চকু-কাণ দিয়া, দায়িত্ব বহন কৰা, পালন কৰা

ଅର୍ଥ : কোনো কাম আদিৰ দায়িত্ব লোৱা

ଉଦାହରଣ : নবোৱাৰীৰ দ্বাৰা ঘৰ চম্ভালা নাযায়

ଅର୍ଥ : ৰোধ কৰি বশত অনা

ଉଦାହରଣ : দুর্গুণৰ ্পৰা বাচিবৰ কাৰণে মই নিজকে বহুত চম্ভালিছোঁ

ଅର୍ଥ : কোনো মনোবেগক বাধা দিয়া

ଉଦାହରଣ : জীৱন-মৰণটো নিয়তিৰ খেল, আপুনি শোকাকূল নহʼব, নিজকে নিজে চম্ভালক

ଅର୍ଥ : কোনো বস্তু ভালে আছে নে নাই চোৱা

ଉଦାହରଣ : নিজৰ কাপোৰ চম্ভালা