ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চন্দ্রিমা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চন্দ্রিমা   বিশেষ্য

ଅର୍ଥ : পৃথিৱীৰ চাৰিওফালে প্রদক্ষিণ কৰা পৃথিৱীৰ একমাত্র উপগ্রহ

ଉଦାହରଣ : চন্দ্রৰ নিজা পোহৰ নাই পূর্ণিমাৰ ৰাতি জোনটো অধিক উজ্জ্বল হয়

ସମକକ୍ଷ : ইন্দু, চন্দ্র, চন্দ্রমা, চান্দ, জোন, জোনবাই, জোনাই, মৃগাংক, শশধৰ, শশাংক, শশী, সুধাকৰ

ଅର୍ଥ : চন্দ্রৰ পৰা বিকিৰিত পোহৰ

ଉଦାହରଣ : জোনাক ৰাতি আকাশখন ধুনীয়া দেখি যেতিয়া আমি ঘৰৰ পৰা ওলাইছিলো আকাশখন পৰিষ্কাৰ আছিল আৰু পৃথিৱীত জোনৰ পোহৰ পৰিছিল

ସମକକ୍ଷ : কৌমুদী, চন্দ্রকান্তা, চন্দ্রকিৰণ, চন্দ্রকৰ, চন্দ্রজ্যোতি, চন্দ্রপ্রভা, চন্দ্রসুধা, চন্দ্রাংশু, চন্দ্রালোক, চন্দ্রাৱলী, চন্দ্রিকা, চন্দ্রৰশ্মি, জোছনা, জোনাক, জোনালী, জোনৰ পোহৰ, জ্যোৎস্না, জ্যোৎস্নালোক, দীপিকা, শশীকৰ