ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চন্দ্রমা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চন্দ্রমা   বিশেষ্য

ଅର୍ଥ : পৃথিৱীৰ চাৰিওফালে প্রদক্ষিণ কৰা পৃথিৱীৰ একমাত্র উপগ্রহ

ଉଦାହରଣ : চন্দ্রৰ নিজা পোহৰ নাই পূর্ণিমাৰ ৰাতি জোনটো অধিক উজ্জ্বল হয়

ସମକକ୍ଷ : ইন্দু, চন্দ্র, চন্দ্রিমা, চান্দ, জোন, জোনবাই, জোনাই, মৃগাংক, শশধৰ, শশাংক, শশী, সুধাকৰ

ଅର୍ଥ : যি বস্তু চন্দ্রৰ নিচিনা বা চন্দ্রৰ আকাৰৰ

ଉଦାହରଣ : মূর্তি ্নির্মাতাই ধাতুৰ চন্দ্র বনাই ভগৱান শিৱৰ মূর্তিৰ শিৰত পিন্ধাই দিলে

ସମକକ୍ଷ : চন্দ্র