ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি স্থিৰ হৈ নাথাকি চঞ্চলতাৰে কাম কৰে বা চঞ্চল মনৰ
ଉଦାହରଣ : মোহন এটা চঞ্চল লʼৰা, সি শান্তিৰে একে ঠাইতে বহি থাকিবই নোৱাৰে
ସମକକ୍ଷ : অধৈর্য, অস্থিৰ
ଅର୍ଥ : যি শান্ত নহয়
ଉଦାହରଣ : চঞ্চল মন কোনো কামতে বহুৱাব নোৱাৰি
ସମକକ୍ଷ : অশান্ত, অস্থিৰ, অস্থিৰচিত্ত, উৎকণ্ঠিত, বিচলিত
ସଂସ୍ଥାପନ କରନ୍ତୁ