ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চক্র ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চক্র   বিশেষ্য

ଅର୍ଥ : যাৰ পৰিধি কেন্দ্রবিন্দুৰ পৰা সর্বত্র সমদূৰৱর্তী

ଉଦାହରଣ : তেওঁ ব্যৱহাৰিক বহীত বৃত্ত আঁকি আছে

ସମକକ୍ଷ : বৃত্ত

ଅର୍ଥ : নিজৰ মাজতে পূর্ণ এক ্কার্যৰীতি যʼত কোনো কিছুমান বিশেষ ঘটনা এটা ক্রমত হয় আৰু পুণৰ সিমান সময়তে যাৰ পুণৰাবৃত্তি হয়

ଉଦାହରଣ : এই চিত্রত পখিলাৰ জীৱন চক্র দেখুওৱা হৈছে

ଅର୍ଥ : সৈনিকসকলক ভাল বা বীৰত্বপূর্ণ কাম কৰিলে পদকৰ ৰূপত প্রদান কৰা ্ধাতুৰ এক বিশেষ আকাৰৰ টুকুৰা

ଉଦାହରଣ : মেজৰ সতপাল সিঙক মহাবীৰ চক্র প্রদান কৰা হʼল

ଅର୍ଥ : চকাৰ নিচিনা কোনো গোল বস্তু

ଉଦାହରଣ : এই যন্ত্রটোত ভালেমান চকা আছে

ସମକକ୍ଷ : চকা

ଅର୍ଥ : প্রায়েই ঘূৰি থকা বা ঘূৰাবৰ কাৰণে বনোৱা একপ্রকাৰৰ গোলাকাৰ বস্তু

ଉଦାହରଣ : কুমাৰৰ চাক একপ্রকাৰৰ চক্র

ସମକକ୍ଷ : চকা