ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চকু ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চকু   বিশেষ্য

ଅର୍ଥ : বীজ আদিৰ গাজ বা অংকুৰ ওলোৱা অংশ

ଉଦାହରଣ : আলুৰ বহুতো চকু থাকে

ସମକକ୍ଷ : অংকুৰণ স্থান

ଅର୍ଥ : শৰীৰৰ যি ইন্দ্রিয়ৰ দ্বাৰা প্রাণীয়ে ৰূপ, বর্ণ, বিস্তাৰ আৰু আকাৰ আদিৰ জ্ঞান লাভ কৰে

ଉଦାହରଣ : সেই ছোৱালীজনীৰ চকুকেইটা বৰ ধুনীয়া সীতাৰ হৰিণীনয়না চকুজুৰি অন্যতম আকর্ষণ

ସମକକ୍ଷ : অক্ষি, চক্ষু, নেত্র, নয়ন, লোচন, ্দর্শনেন্দ্রিয়