ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চকা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চকা   বিশেষ্য

ଅର୍ଥ : সৌৰজগতৰ আটাইতকৈ ডাঙৰ নক্ষত্র, যিয়ে আমাক তাপ আৰু পোহৰ দিয়ে

ଉଦାହରଣ : সূর্য সকলো শক্তিৰ মূল উৎস সূর্য ্ সৌৰজগতৰ মূল কেন্দ্রবিন্দু

ସମକକ୍ଷ : অংশুমান, অৰুণ, আদিত্য, চাকা, তপন, দিননাথ, দিবাকৰ, প্রভাকৰ, বেলি, ভানু, ভাস্কৰ, মিহিৰ, সবিতা, সূর্য, সূৰুয, ৰবি

ଅର୍ଥ : গাড়ী অথবা কল-কাৰখানা আদিত লগোৱা চক্র বিশেষ যাক ধুৰাত লগাই ঘূৰালে গাড়ী বা কল-কাৰখানা চলোৱা হয়

ଉଦାହରଣ : এই গাড়ীখনৰ আগ চকাটো বেয়া হৈ গʼল

ସମକକ୍ଷ : চাক

ଅର୍ଥ : চকাৰ নিচিনা কোনো গোল বস্তু

ଉଦାହରଣ : এই যন্ত্রটোত ভালেমান চকা আছে

ସମକକ୍ଷ : চক্র

ଅର୍ଥ : প্রায়েই ঘূৰি থকা বা ঘূৰাবৰ কাৰণে বনোৱা একপ্রকাৰৰ গোলাকাৰ বস্তু

ଉଦାହରଣ : কুমাৰৰ চাক একপ্রকাৰৰ চক্র

ସମକକ୍ଷ : চক্র