ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ঘৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ঘৰ   বিশেষ্য

ଅର୍ଥ : যি ঠাই কাৰোবাৰ বাবে ভালদৰে পৰিচিত

ଉଦାହରଣ : এলাহাবাদতো মোৰ বাবে ঘৰৰ নিচিনা

ଅର୍ଥ : বেৰেৰে ঘেৰি সাজি লোৱা মানুহ থকা ঠাই

ଉଦାହରଣ : এই ঘৰটোত পাঁচটা কোঠা আছে

ସମକକ୍ଷ : আবাসস্থান, আলয়, গৃহ, ঘৰ-দুৱাৰ, ঘৰ-বাৰী, নিলয়, হাউলি

ଅର୍ଥ : ৰেখা আদিৰে ঘেৰি থকা স্থান

ଉଦାହରଣ : তেওঁ নিজৰ উত্তৰ বহীত ঘৰ বনাই আছে

ଅର୍ଥ : নিজৰ দেশ

ଉଦାହରଣ : আমেৰিকাত দুবছৰ কটোৱাৰ পিছত শ্যাম স্বদেশলৈ ঘূৰিল

ସମକକ୍ଷ : নিজ দেশ, স্বদেশ, স্বৰাষ্ট্র

ଅର୍ଥ : একেখন ঘৰৰে মানুহ

ଉଦାହରଣ : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে

ସମକକ୍ଷ : আত্মীয়, পৰিজন, পৰিবাৰ, পৰিয়াল

ଅର୍ଥ : গুটিৰে খেলা খেলত গুটি চলাবৰ কাৰণে কাগজ, কাঠ আদিৰ ওপৰত বনোৱা বিভাগ

ଉଦାହରଣ : তেওঁ ্দবা খেলৰ গুটিটোক আগৰ ঘৰলৈ আগবঢ়াই দিলে