ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি অন্তৰ বিদাৰণ কৰে
ଉଦାହରଣ : ৰাম বনলৈ যোৱাৰ পিছত বিচ্ছেদৰ ভীষণ দুখ সহিব নোৱাৰি পিতৃ দশৰথৰ মৃত্য হʼল
ସମକକ୍ଷ : দাৰুণ, ভীষণ, ভয়ঙ্কৰ
ଅର୍ଥ : বহুত গভীৰ পৰিণতিযুক্ত
ଉଦାହରଣ : হত্যা এক ঘোৰ অপৰাধ
ସମକକ୍ଷ : ডাঙৰ, ভীষণ, ভয়ংকৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ