ଅର୍ଥ : কোনো দ্রৱ পদার্থত ্কোনো বস্তু ঘূলি লৈ মিলোৱা কার্য
ଉଦାହରଣ :
আমি চৰবত বনাবলৈ পানীত চেনি ঘূলোঁ
ସମକକ୍ଷ : মিশ্রিত কৰা, মিহলি কৰা, মিহলোৱা, সংমিশ্রিত কৰা
ଅର୍ଥ : মাটি মিহলি হৈ থকা পানী বিশেষ
ଉଦାହରଣ :
বাৰিষা কালত পুখুৰীৰ পানী ঘোলা হৈ থাকে
ଅର୍ଥ : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়
ଉଦାହରଣ :
স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে
ସମକକ୍ଷ : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, অপৰিষ্কৃত, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা, লেতেৰা-পেতেৰা