ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ঘোঁৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ঘোঁৰা   বিশেষ্য

ଅର୍ଥ : বন্দুকৰ নিচিনা অস্ত্রত গুলী চলাবৰ কাৰণে টানি বা হেঁচি ধৰা ছাবি বিশেষ

ଉଦାହରଣ : তেওঁ লক্ষ্য স্হিৰ কৰি ্ঘোঁৰা টিপি দিলে

ସମକକ୍ଷ : ট্রিগাৰ, লপলপী

ଅର୍ଥ : দবা খেলৰ এক প্রকাৰৰ গুটি বা মোহৰা

ଉଦାହରଣ : তেওঁৰ ্এটা ঘোঁৰা মৰা পৰিল

ଅର୍ଥ : ঘোঁৰাৰ মতা

ଉଦାହରଣ : সৈনিকে হয় ঘোঁৰা নহয় ঘোঁৰীত উঠি ফুৰি আছিল

ସମକକ୍ଷ : ঘোটক, মতা ঘোঁৰা

ଅର୍ଥ : এক ধৰণৰ ওখ স্টুল যʼত উঠিবৰ বাবে চিৰি বনোৱা থাকে

ଉଦାହରଣ : ঘোঁৰাত উঠি বায়ে ফেন পৰিস্কাৰ কৰ আছে