ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ঘেৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ঘেৰা   বিশেষ্য

ଅର୍ଥ : বেৰ আদিৰে ঘেৰি থকা ঠাই

ଉଦାହରଣ : লʼৰা-ছোৱালীবোৰে বেৰাৰ ভিতৰত খেলি আছে

ସମକକ୍ଷ : বেৰা

ଅର୍ଥ : গছপুলি আদি ৰুবৰ কাৰণে খেতিপথাৰ, বাগিছা আদিৰ অলপ দূৰে-দূৰে ঘূৰণীয়া কৰি সজা একধৰণৰ যতন বিশেষ

ଉଦାହରଣ : খেতিয়কে অসমান পথাৰডৰাত ঘেৰা সাজি আছে

ঘেৰা   ক্ৰিয়া

ଅର୍ଥ : চাৰিওফালৰ পৰা ঘেৰি দিয়া

ଉଦାହରଣ : মালীজনে বাগিছাখন হেঙাৰেৰে বেৰিছে

ସମକକ୍ଷ : ঘেৰি দিয়া, বেৰা, বেৰি দিয়া

ଅର୍ଥ : চাৰিওফালে ৰখা বা আগুৰি লোৱা

ଉଦାହରଣ : শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে

ସମକକ୍ଷ : ঘেৰ দিয়া, ঘেৰি থকা, ঘেৰি লোৱা-, বেৰা

ଅର୍ଥ : চাৰিওফাল পৰা আৱদ্ধ কৰা বা ঘেৰি ধৰা

ଉଦାହରଣ : গাঁওবাসীয়ে এটা চোৰক ঘেৰিলে

ସମକକ୍ଷ : ঘেৰি ধৰা

ঘেৰা   বিশেষণ

ଅର୍ଥ : যিটো ঘেৰি থোৱা হৈছে

ଉଦାହରଣ : মোৰ গাঁওখন চাৰিওফালৰ পৰা গছ-গছনিৰে আৱৰা

ସମକକ୍ଷ : আৱৰা, বেষ্টিত