ଅର୍ଥ : চাৰিওফালে ফুৰা
ଉଦାହରଣ :
বেংকৰ বিষয়াই ঋণ অনুমোদনৰ কামত মোক বহুত ঘূৰালে
ଅର୍ଥ : দিশ পৰি্বর্তন ্কৰা
ଉଦାହରଣ :
পথ সলাবৰ কাৰণে ড্রাইভাৰে গাড়ীখন ঘূৰালে
ଅର୍ଥ : পৰিভ্রমণ কৰাত প্রবৃত্ত কৰা বা চাৰিওফালে ঘূৰা কার্য
ଉଦାହରଣ :
গাইডে আমাক গোটেই চহৰখন ঘূৰোৱা
ସମକକ୍ଷ : ফুৰোৱা
ଅର୍ଥ : ভুল কথাৰে বা পথেৰে পৰিচালিত কৰা কাৰ্য
ଉଦାହରଣ :
তেওঁ ্মোক নিজৰ কথাৰে ঘূৰাই দিলে
ଅର୍ଥ : বতাহত ইফালে-সিফালে হালি থকা
ଉଦାହରଣ :
প্রতিদ্বন্দ্বীয়ে প্রহাৰ কৰাৰ আগেয়ে তৰোৱাল ঘূৰাই আছে