ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ঘূৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ঘূৰা   ক্ৰিয়া

ଅର୍ଥ : কোনো ঠাইত কৰা ঘূৰা-ফুৰা

ଉଦାହରଣ : আমি গোৱাও ভ্রমণ কৰিছোঁ

ସମକକ୍ଷ : ফুৰা, ভ্রমণ কৰা

ଅର୍ଥ : কোনো প্রয়াসত ইফালে-সিফালে ঘূৰা

ଉଦାହରଣ : এই চাকৰিটো পাবৰ কাৰণে মই বহুত দৌৰিলোঁ

ସମକକ୍ଷ : দৌৰা, লৰা-ঢপৰা কৰা

ଅର୍ଥ : দিশ পৰিব্্র্তন ্ কৰা

ଉଦାହରଣ : সি ঘৰৰ পৰা স্কুললৈ যাবলৈ ওলাই পুখুৰীৰ ফালেহে ঘূৰি গʼল

ସମକକ୍ଷ : ঘূৰি যোৱা, পকা, পাক দিয়া, মূৰ লোৱা

ଅର୍ଥ : পিছৰফাললৈ ঘূৰা

ଉଦାହରଣ : ৰামৰ মাত শুনি শ্যামে উভতি চালে

ସମକକ୍ଷ : উভতি চোৱা, ঘূৰি চোৱা

ଅର୍ଥ : ঠাই সলনি নকৰাকৈ কোনো বস্তু নিজৰ পথেৰে ঘূৰা কার্য

ଉଦାହରଣ : পৃথিৱীয়ে নিজৰ কক্ষপথত থাকি ঘূৰে

ଅର୍ଥ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে

ଉଦାହରଣ :

ସମକକ୍ଷ : ঘূৰোৱা, পকা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা