ଅର୍ଥ : বিদ্যালয় আদিত অধ্যয়ন-অধ্যাপনাৰ দৃষ্টিৰে কোনো বিষয়ে যি নির্দিষ্ট সময়ত আলোচনা কৰা হয়
ଉଦାହରଣ :
গণিতৰ অধ্যাপকজন নহাৰ কাৰণে আজি দ্বিতীয় ঘণ্টা খালী আছিল
ସମକକ୍ଷ : পিৰিয়ড
ଅର୍ଥ : দিন-ৰাতিৰ চৌব্বিশ ভাগৰ এভাগ বা ষাঠি মিনিট সময়
ଉଦାହରଣ :
গাড়ী এঘণ্টা পলমকৈ চলি আছে
ଅର୍ଥ : এবিধ বিশেষ ধৰণৰ ধাতুৰে নির্মিত গোলাকাৰ বাজনা যʼত হাতুৰীৰে কোবাই শ্্ব্দ উলিওৱা হয়
ଉଦାହରଣ :
ঘণ্টাৰ টং টং শ্্ব্দ শুনি লʼৰা-ছোৱালীবোৰে শ্রেণীকোঠা এৰি দৌৰিলে
ଅର୍ଥ : এক ঘণ্টাত যিমান দূৰ যোৱা হয়, সিমান
ଉଦାହରଣ :
মোৰ ঘৰলৈ ষ্টেছনৰ পৰা এঘণ্টাৰ বাট
ଅର୍ଥ : ধ্বনি সৃষ্টি কৰিব পৰা সৰু উপকৰণ
ଉଦାହରଣ :
ঘণ্টাৰ শ্্ব্দ শুনি ্তেওঁ দর্জা খুলি দিলে