ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ঘঁ্হা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ঘঁ্হা   বিশেষ্য

ଅର୍ଥ : ঘঁ্হা কার্য

ଉଦାହରଣ : পাথৰ ঘঁ্হা হৈ গʼল

ସମକକ୍ଷ : ঘঁহনি

ଅର୍ଥ : ঘঁ্হা কার্য

ଉଦାହରଣ : উষাই পাত্রবোৰৰ পৰা খাদ্যৰ জ্বলি যোৱা অংশক ঘঁহি ্আঁত্্ৰাবলে যত্ন কৰি আছে

ସମକକ୍ଷ : মোঁহৰা

ঘঁ্হা   ক্ৰিয়া

ଅର୍ଥ : ঘর্ষণ ্কৰা

ଉଦାହରଣ : সাধুবাবাই চন্দনৰ টুকুৰা ঘঁহিছে

ଅର୍ଥ : কোনো এবিধ বস্তুৰ গাত আন বস্তু বিয়পাই দিয়া

ଉଦାହରଣ : কিছুমান মানুহে ৰুটিত ঘিউ সানি লয়

ସମକକ୍ଷ : লগোৱা, সনা

ଅର୍ଥ : কোনো বস্তু আদি হাতেৰে মোহৰা

ଉଦାହରଣ : গা-ধোৱাৰ সময়ত শৰীৰ হাতেৰে ঘঁ্হে