ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বতাহ আৰু পোহৰ সোমাবৰ কাৰণে বেৰত কৰা সৰু দুৱাৰৰ দৰে অংশ:এই কোঠাটোত এখন খিৰিকি আছে
ଉଦାହରଣ :
ସମକକ୍ଷ : খিড়িকি, খিৰিকি, জানলা, জানালা, বাতায়ন
ଅର୍ଥ : বতাহ চলাচল আৰু পোহৰ সোমোৱাৰ সুচল হোৱাকৈ কোনো ঘৰ আদিত সজা দর্জাৰ নিচিনা কিন্তু তাতকৈ সৰু অংশবিশেষ
ଉଦାହରଣ : তেওঁ খিৰিকিৰে বাহিৰ ওলাই গʼল
ସମକକ୍ଷ : খিৰিকি, বাতায়ন
ଅର୍ଥ : বতাহ আৰু পোহৰ সোমোৱাৰ কাৰণে বেৰত সজা জালি থকা ডাঙৰ অংশ বা ছেদ
ଉଦାହରଣ : ঘৰখনত বতাহ চলাচল কৰিবৰ কাৰণে তেওঁ প্রতিটো কোঠাতে খিৰিকি লগাইছে
ସମକକ୍ଷ : খিৰিকি, খিৰিকী, বাতায়ন
ସଂସ୍ଥାପନ କରନ୍ତୁ