ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ গৰম ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

গৰম   বিশেষ্য

ଅର୍ଥ : গৰমৰ দিন

ଉଦାହରଣ : গৰমকালি বেছিকৈ পিয়াহ লাগে

ସମକକ୍ଷ : গ্রীষ্ম, গ্রীষ্ম ঋতু, গ্রীষ্ম কাল, গ্রীষ্মকাল, গৰম কাল, গৰম দিন, গৰমকালি, ঘামকাল, ঘামকালি

গৰম   বিশেষণ

ଅର୍ଥ : উষ্ণতা বা তাপ থকা

ଉଦାହରଣ : বসন্ত ঋতু শেষ হোৱাৰ লগে লগে জলবায়ু গৰম হʼবলৈ ধৰে

ସମକକ୍ଷ : অত্যুষ্ণ, অশীতল, উত্তপ্ত, উত্তাপিত, উষ্ণ, তপত, তপ্ত, তাপময়, তাপযুক্ত

ଅର୍ଥ : ৰং সিদ্ধান্ত অনুসৰি উষ্ণতা প্রদান কৰোতা

ଉଦାହରଣ : ৰঙা এবিধ উষ্ণ ৰং

ସମକକ୍ଷ : উষ্ণ

ଅର୍ଥ : তপত হোৱা

ଉଦାହରଣ : গৰম টাৱাখনত ৰুটি সেকা উচিত নহʼলে লাগি ধৰিব পাৰে

ସମକକ୍ଷ : তপত, তপ্ত

ଅର୍ଥ : গৰম উৎপন্ন কৰা বা বৃদ্ধিকৰোতা

ଉଦାହରଣ : এই কোটচোলাটো বৰ গৰম