ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কাৰোবাৰ পৰা কিবা লোৱা কার্য
ଉଦାହରଣ : ৰেখাই মুখ্য অতিথিৰ পৰা পুৰস্কাৰ গ্রহণ কৰিলে
ସମକକ୍ଷ : লোৱা-
ଅର୍ଥ : কোনো উজ্জ্বল জ্যোতিপিণ্ডই সূর্য, চন্দ্র্ বা অন্য কোনো উজ্জ্বল পিণ্ডৰ সন্মুখত উপস্থিত হৈ তাক ঢাকি ধৰা অৱস্থা:অমাৱস্যাতহে সূর্যগ্রহণ হয়
ଉଦାହରଣ :
ସମକକ୍ଷ : গ্রাস
ଅର୍ଥ : নিজৰ কৰা বা গ্রহণ কৰা কার্য
ଉଦାହରଣ : বিবাহৰ দুবছৰ পিছতো বৰুণে নিজৰ পত্নীক স্বীকাৰ কৰিব নোৱাৰিলে
ସମକକ୍ଷ : মঞ্জুৰ, স্বীকাৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ